Thursday, September 14, 2017

স্বচ্ছ বিদ্যালয়ৰ বিষয়ে পত্ৰ লিখন,১৪ চেপ্তেম্বৰ'২০১৭

স্বচ্ছ বিদ্যালয়ৰ বিষয়ে ছাত্ৰী সকলকৰ মাজত "পত্ৰ লিখন দিৱস" উপলক্ষে চিঠি লিখিবলৈ দিয়া হয়।সকলো ছাত্ৰীয়ে চিঠি লিখি বিদ্যালয়ৰ অধ্যক্ষৰ হাতত জমা দিয়ে।
     তেওঁলোকৰ পত্ৰৰ বিষয় বস্তু আছিল, বিশেষকৈ স্কুলত যে ভাল স্বাস্থ্যসন্মত শৌচাগাৰ আৰু প্ৰেছাপাগাৰৰ প্ৰয়োজন ।

No comments:

Post a Comment

জনপ্ৰিয়