বিষয় সমুহ
- উদযাপনৰ দিন (29)
- Life Skill (15)
- স্বচ্ছ চৌপাশ দিৱস (11)
- ২০১৮ (9)
- সভা-সমিতি (7)
- স্বাস্থ্য (4)
- ছাত্ৰীৰ সফলতা। (2)
- নিৰ্বাচন (2)
- প্ৰতিষেধক টিকাকৰণ (2)
- বিদ্যালয় সপ্তাহ (2)
- শিক্ষক দিৱস (2)
- কৰ্মশালা (1)
- জ্ঞানযাত্ৰা (1)
- বিশ্ব প্ৰতিবন্ধী দিৱস (1)
- বৃক্ষৰ নামকৰণ (1)
- মধ্যাহ্ন ভোজন (1)
- স্বচ্ছতাৰ শপত গ্ৰহণ দিৱস (1)
- স্বাধীনতা দিৱস (1)
তথ্য ভাণ্ডাৰ
Showing posts with label ছাত্ৰীৰ সফলতা।. Show all posts
Showing posts with label ছাত্ৰীৰ সফলতা।. Show all posts
Saturday, October 20, 2018
Sunday, October 22, 2017
বিদ্যালয়ৰ ছাত্ৰীৰ সফলতা

ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান শোণিতপুৰ জিলা গোটৰ সৌজন্যত আয়োজন কৰা জ্ঞান যাত্ৰা , বিজ্ঞান প্ৰৰ্দশনী আৰু গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ ছাত্ৰী সকলেও অংশ লয়। তলত বিজ্ঞান প্ৰদৰ্শনীত অংশ লোৱা ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰী সকলঃ
তাৰিখ: ২০/২১ আৰু ২২ অক্টোৱৰ' ২০১৭ স্থান: চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়।
এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বিদ্যালয়ৰ ছাত্ৰী কস্তুৰী শইকীয়াই থিতাতে লিখা ৰচনা প্ৰতিযোগিতাত ২য় স্থান অধিকাৰ কৰে।
Subscribe to:
Posts (Atom)











