তথ্য ভাণ্ডাৰ

Showing posts with label নিৰ্বাচন. Show all posts
Showing posts with label নিৰ্বাচন. Show all posts

Saturday, November 18, 2017

ছাত্ৰী সংসদৰ নিৰ্বাচন' ২০১৭-১৮ বৰ্ষ

    আজি ১৮/১১/২০১৭ তাৰিখে চাৰিআলি বালিকা বিদ্যালয়ৰ ছাত্ৰী সংসদৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ যায়। ছাত্ৰী সকলে বৰ আগ্ৰহ আৰু উৎসাহ উদ্দীপনাৰে ইয়াত ভাগ লয়। খুব সুন্দৰ ভাৱে শান্তি সম্প্ৰীতি বজাই ৰাখি সকলোৱে এই নিৰ্বাচনত প্ৰাৰ্থী আৰু ভোটদাতা হিচাপে অংশ লয়। আজিৰ নিৰ্বাচনৰ কিছু মূহুৰ্তৰ আলোকচিত্ৰ।
ভোটদানৰ প্ৰাক্‌ মূহুৰ্ত্তত বেলট বাকচ খুলি দেখুৱাইছে প্ৰাৰ্থী সকলক।

বেলট বাকচৰ পৰীক্ষা কৰি দেখুৱাইছে প্ৰাৰ্থী সকলক।

ব্যস্ত বিষয়া সকল।



খালী বেলট বাকচ চীল কৰাৰ দৃশ্য

ভোটদান চলিছে।

কেইগৰাকীমান ছাত্ৰীক ভোট প্ৰদান কৰা দেখা গৈছে।

বেলট বাকচত বেলটপেপাৰ ভৰাইছে.......


ভোট গণনা কৰাৰ প্ৰাক মুহুৰ্ত।

ব্যস্ত পুলিং বিষয়া সকল।
ভোট গণনাত ব্যস্ত প্ৰাৰ্থীৰ পুলিং এজেন্ট সকল।

গণনা চলি আছে...... অপেক্ষা কৰিছে সকলোৱে আগ্ৰহৰে।



ভাগ্যত কি আছে ? ☺☺☺☺ গণনা চলি আছে।।