তথ্য ভাণ্ডাৰ

Showing posts with label বিদ্যালয় সপ্তাহ. Show all posts
Showing posts with label বিদ্যালয় সপ্তাহ. Show all posts

Monday, November 13, 2017

বাৰ্ষিক বঁটা বিতৰণী সভা

বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভাৰ কেইটিমান মুহুৰ্ত্তৰ আলোক চিত্ৰ।

তাৰিখ: ১৩ নবেম্বৰ' ২০১৭ চন।

সভাখন আৰম্ভ কৰা হয় ছাত্ৰী সকলৰ দ্বাৰা পৰিৱেশিত এটি সমৱেত সংগীতেৰে। ওপৰৰ ছবিত অংশগ্ৰহন কৰা ছাত্ৰী সকল।
 সভাৰ উদ্দেশ্য বাখ্যা কৰি্ছে ছাত্ৰী সংসদৰ প্ৰধান মন্ত্ৰীয়ে।
 আজিৰ সভাৰ বিশিষ্ট অতিথি তথা বিশ্বনাথ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰৱক্তা শ্ৰীযুত নিপম শইকীয়াক আদৰণি জনোৱাৰ দৃশ্য।
 সভাত উপস্থিত একাংশ ছাত্ৰী।

 সভাত সভাপতিত্ব কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰৱক্তা তথা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি শ্ৰীযুত ৰোহিত চন্দ্ৰ মালাকাৰ দেৱে।

Monday, November 6, 2017

বিদ্যালয় সপ্তাহ' ২০১৭ (বিভিন্ন প্রতিযোগিতাৰ আলোকচিত্র)

ৰন্ধন প্ৰতিযোগিতা

                                                               ছাত্ৰী সকলে আনন্দৰে অংশ লোৱা ৰন্ধন আৰু পুষ্পসজ্জা প্ৰতিযোগিতাৰ এটি সৰু ভিডিঅ'।ভিডিঅ'ত দেখা গৈছে বিচাৰক সকলকো।😃✌