তথ্য ভাণ্ডাৰ

Showing posts with label বৃক্ষৰ নামকৰণ. Show all posts
Showing posts with label বৃক্ষৰ নামকৰণ. Show all posts

Thursday, October 5, 2017

বৃক্ষৰ নামকৰণ

আজি (৫ অক্টোবৰ/২০১৭ তাৰিখে) বিদ্যালয়ৰ ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰী সকলে বিদ্যালয় চৌহদৰ গছ সমুহত নাম ফলক বান্ধে।এতিয়া প্ৰতিজোপা গছেই সকলোৱে সহজে চিনাক্ত কৰিব পাৰিব।