
ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান শোণিতপুৰ জিলা গোটৰ সৌজন্যত আয়োজন কৰা জ্ঞান যাত্ৰা , বিজ্ঞান প্ৰৰ্দশনী আৰু গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ ছাত্ৰী সকলেও অংশ লয়। তলত বিজ্ঞান প্ৰদৰ্শনীত অংশ লোৱা ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰী সকলঃ
তাৰিখ: ২০/২১ আৰু ২২ অক্টোৱৰ' ২০১৭ স্থান: চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়।
এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বিদ্যালয়ৰ ছাত্ৰী কস্তুৰী শইকীয়াই থিতাতে লিখা ৰচনা প্ৰতিযোগিতাত ২য় স্থান অধিকাৰ কৰে।
No comments:
Post a Comment