Wednesday, October 25, 2017

বিদায় সভা,২৫/১০/১৭

যোৱা ২৫/১০/১৭ তাৰিখে বিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষা শ্ৰীযুতা অঞ্জলী পৰাজুলি বাইদেউৰ বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায় ৷উক্ত সভাত সভাপতিত্ব কৰে বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত দ্বিজেন মহন্ত দেৱে ৷স্থানীয় বিধায়ক তথা এই বিদ্যালয়ৰে প্ৰাক্তন বিষয় শিক্ষক শ্ৰীযুত প্ৰমোদ বৰঠাকুৰ তথা অৱসৰপ্ৰাপ্ত প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষা শ্ৰীযুতা কুমুদিনী বৰা বাইদেউ আৰু অৱসৰ প্ৰাপ্ত সহ শিক্ষয়িত্ৰী শ্ৰীযুতা ৰেণু শইকীয়া বাইদেউ সভাত উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷



















































No comments:

Post a Comment