Tuesday, September 12, 2017

পানী সংৰক্ষণ দিৱস, ১৩ চেপ্তেম্বৰ'২০১৭

আজি বিদ্যালয়ত ছাত্ৰী সকলৰ মাজত পানী সংৰক্ষণ দিৱস পালন কৰা হয়।এই দিৱস উদযাপন উপলক্ষে ছাত্ৰী সকলক পানী সংৰক্ষণ কেনেকৈ কৰিব পাৰি সেই বিষয়ে শিক্ষক সকলে বাখ্যা দাঙি ধৰে।

No comments:

Post a Comment

জনপ্ৰিয়