Tuesday, September 12, 2017

নিৰ্মল খোৱাপানী দিৱস, ১২ চেপ্তেম্বৰ'২০১৭

আজি বিদ্যালয়ৰ ছাত্ৰী, শিক্ষক-কৰ্মচাৰী সকলোৱে মিলি নিৰ্মল খোৱা পানী দিৱস উদযাপণ কৰে।এই উপলক্ষে কেনেকৈ নিৰ্মল খোৱা পানী পাব পাৰি আৰু ব্যৱহাৰৰ বিষয়ে ছাত্ৰী সকলক জনোৱা হয়।
স্কুলত থকা নিৰ্মল খোৱাপানীৰ উৎস সমুহৰ বিষয়ে ছাত্ৰী সকলক পুন: জনোৱা হয় আৰু তাক ব্যৱহাৰ কৰিবলৈ পুনৰ জনোৱা হয়। 

No comments:

Post a Comment