৩/৯/১৭ তাৰিখে বিদ্যালয় পৰিস্কাৰ কৰা মুহুৰ্ত্তত একাংশ ছাত্ৰী
৭/৯/১৭ তাৰিখে হাত ধোৱা দিৱস উদযাপন
২০,২১ আৰু ২২ অক্টোৱৰ'২০১৭ তাৰিখে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান শোণিতপুৰ জিলা গোটৰ সৌজন্যত আয়োজন কৰা জ্ঞান যাত্ৰা , বিজ্ঞান প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ ছাত্ৰী সকলেও অংশ লয়।
এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বিদ্যালয়ৰ ছাত্ৰী কস্তুৰী শইকীয়াই থিতাতে লিখা ৰচনা প্ৰতিযোগিতাত ২য় স্থান অধিকাৰ কৰে।
Facebook Page

No comments:
Post a Comment