Thursday, August 29, 2019

ফিট ইণ্ডিয়া_২০১৯

আজি(২৯/০৮/২০১৯) আমাৰ বিদ্যালয়ত "ফিট ইণ্ডিয়া" কাৰ্য্যসূচী পালন কৰা হয়। মাননীয় প্ৰধান মন্ত্ৰী ডাঙৰীয়াই উদ্ধোধন কৰা কাৰ্য্যসূচীৰ প্ৰতক্ষ্য সম্প্ৰচাৰ কম্পিউটাৰ-প্ৰজেক্টৰৰ দ্বাৰা ছাত্ৰী সকলক চাবলৈ ব্যৱস্থা কৰা হয়। ছাত্ৰীৰ সংখ্যা অধিকহোৱাৰ বাবে কেইটমান শ্ৰেনীকোঠাত মোবাইলৰ দ্বাৰা দেখুৱা হয়। তলত তাৰেই কিছু আলোকচিত্ৰ:





































































No comments:

Post a Comment