Thursday, May 11, 2017

ৰাষ্ট্ৰীয় বিজ্ঞান-প্ৰযুক্তি দিৱস, ১১ মে ২০১৭ চন।


আজি পুৱাৰ সমাৱেশত এই দিৱসৰ তাৎপৰ্য্য বাখ্যা কৰে বিদ্যালয়ৰ সহকাৰী বিজ্ঞান শিক্ষয়ত্ৰী শ্ৰীযুতা প্ৰীতি বৰুৱা বাইদেউৱে।বিজ্ঞান জনপ্ৰীয় কৰাৰ উদ্দেশ্যে ছাত্ৰী সকলক বিজ্ঞানৰ সজুলী যেনে: কেডেলিস্কপ, অনুবিক্ষণ যন্ত্ৰ আদি আদি প্ৰদৰ্শন কৰা হয়।



 

No comments:

Post a Comment