আজি ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত চাফ-চিকুনতা পৰীক্ষণ দিৱস উপলক্ষে ছাত্ৰী সকল বিদ্যালয়লৈ আহোঁতে কেনেকৈ পৰিস্কাৰ হৈ আহিব লাগে, কিতাপ-পত্ৰ কেনেকৈ পৰিস্কাৰ কৰি ৰাখিব লাগে, চুলি কেনেকৈ আঁচুৰিব লাগে সেই বিষয়ে জনোৱা হয় আৰু বিদ্যালয়ৰ কিছুমান নিয়মৰ বিষয়ে বাখ্যা কৰা হয়।(আমাৰ ফেইচবুক পেজ চাবলৈ ইয়াত ক্লীক কৰক)
বিষয় সমুহ
- উদযাপনৰ দিন (29)
- Life Skill (15)
- স্বচ্ছ চৌপাশ দিৱস (11)
- ২০১৮ (9)
- সভা-সমিতি (7)
- স্বাস্থ্য (4)
- ছাত্ৰীৰ সফলতা। (2)
- নিৰ্বাচন (2)
- প্ৰতিষেধক টিকাকৰণ (2)
- বিদ্যালয় সপ্তাহ (2)
- শিক্ষক দিৱস (2)
- কৰ্মশালা (1)
- জ্ঞানযাত্ৰা (1)
- বিশ্ব প্ৰতিবন্ধী দিৱস (1)
- বৃক্ষৰ নামকৰণ (1)
- মধ্যাহ্ন ভোজন (1)
- স্বচ্ছতাৰ শপত গ্ৰহণ দিৱস (1)
- স্বাধীনতা দিৱস (1)
তথ্য ভাণ্ডাৰ
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment