Tuesday, June 13, 2017

দুৰ্যোগ প্ৰসমন প্ৰশিক্ষন,১৩ জুন' ২০১৭


আজি(১৩ জুন' ২০১৭) বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত বিদ্যালয়ত দুৰ্যোগ প্ৰসমন প্ৰশিক্ষণৰ কৰ্মশালাৰ আয়োজন কৰা হয়।এই অনুস্থানত বিশ্বনাথ জিলাৰ ৰাজহ চক্ৰ বিষয়া শ্ৰীযুত বিশ্বজিত বৰা দেৱ উপস্থিত থাকে। NDRFৰ জোৱান সকলে বিপদৰ সময়ত, বিশেষকৈ বানপানী আৰু ভুমিকম্পৰ সময়ত ল'ব লগা সাৱধানতা সম্পৰ্কে হাতে-কামে প্ৰশিক্ষণ আগবঢ়াই ছাত্ৰীৰ লগতে উপস্থিতশিক্ষক-শিক্ষয়ত্ৰী সকলোকে উপকৃত কৰে। 


No comments:

Post a Comment