Wednesday, December 6, 2017

বিশ্ব প্ৰতিবন্ধী দিৱস -২০১৭

আজি ৩ ডিচেম্বৰ তাৰিখে বিদ্যালয়ত "বিশ্ব প্ৰতিবন্ধী দিৱস" উদযাপন কৰা হয়। আজি ৰবিবাৰ বাবে ছাত্ৰী আৰু ৰাইজৰ সমাগম সিমিত হয় যদিও অনুস্থান সমুহ সফল ভাবেই পালিত হয়। তলত তাৰে কেইখনমান আলোক চিত্ৰ।

← প্ৰতিবন্ধী ছাত্ৰীক আপ্যায়ন কৰিছে লঘু আহাৰৰে।











চিত্ৰাঙ্কনত ব্যস্ত প্ৰতিযোগি কেইগৰাকীমান↓

←দিৱস উপলক্ষে ভাষণ প্ৰদান কৰিছে বিদ্যালয়ৰ শিক্ষক শ্ৰীযুত যজ্ঞেশ্বৰ বৰুৱা দেৱে।

 কুইজ প্ৰতিযোগিতাৰ দৃশ্য। কুইজমাষ্টাৰ হিচাপে অংশ লয় স্পেচিয়েল এডুকেটৰ শ্ৰদ্ধেয় মমতা বেগমে।→
←বিদ্যালয়ৰ অধ্যক্ষক আদৰণী জনাইছে স্পেচিয়েল এডুকেটৰ শ্ৰদ্ধেয় মমতা বেগমে।
 সভাত দিৱসৰ তাৎপৰ্য্য বাখ্যা কৰিছে মমতা বেগমে।

 প্ৰতিযোগিতাত অংশলোৱা এগৰাকী দিবাংগ ছাত্ৰী ↓
সভাৰ অন্তত আজি দিনটোৰ বিষয়ে ৰাইজৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে এটি সৰু সমদল উলিউৱা হয়। সমদলত অংশ গ্ৰহন কৰে উপস্থিত ৰাইজ, শিক্ষক আৰু ছাত্ৰী সকলে।↓↓

No comments:

Post a Comment