Thursday, November 9, 2017

অভিভাৱক -শিক্ষক সভা ০৬/১১/১৭



         যোৱা ০৬/১১/১৭ তাৰিখে বিদ্যালয়ত এখন অভিভাৱক -শিক্ষক সভা অনুষ্ঠিত কৰা হয় ৷উক্ত সভাত সভাপতিত্ব কৰে বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত দ্বিজেন মহন্ত দেৱে ৷ দশম মান শ্ৰেণীৰ ছাত্ৰীৰ অভিভাৱক সকলক প্ৰাক্‌ -বাছনি পৰীক্ষাৰ মূল্যায়ন বহী প্ৰদৰ্শন কৰি তেওঁলোকৰ লগত মত বিনিময় কৰা হয়







No comments:

Post a Comment