Thursday, November 30, 2017

প্ৰতিবন্ধী সপ্তাহ উদ্‌যাপন, ৩০ নবেম্বৰ'২০১৭

বিশ্বনাথ শিক্ষাখণ্ডৰ সৌজন্যত আজি বিদ্যালয়ত "প্ৰতিবন্ধী সপ্তাহ" উদযাপন কৰা হয়। সেই উপলক্ষে সমল ব্যক্তি সকলৰ উপস্থিতিত ছাত্ৰী সকলক এই দিৱসৰ তাৎপৰ্য্য বাখ্যা কৰা হয়। আলোক চিত্ৰত বিশ্বনাথ শিক্ষাখণ্ডৰ বিষয়াৰ লগত বিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰু ছাত্ৰী সকলক দেখা গৈছে।



No comments:

Post a Comment