Saturday, October 28, 2017

মধ্যাহ্ন ভোজন

চৰকাৰী নিয়ম মতে বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হয়। খাদ্যৰ মানদণ্ড পৰীক্ষাৰ বাবে মাজে মাজে অধ্যক্ষৰ নিৰ্দ্দেশ অনুযায়ি বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী সকলে এই খাদ্য পৰীক্ষা কৰাৰ কেইটিমান মুহূৰ্ত্ত।

No comments:

Post a Comment