Sunday, June 3, 2018

সন্ত্ৰাসবাদ বিৰোধী দিৱস-২০১৮

আজি(২১ মে'২০১৮)তাৰিখে বিদ্যালয়ত শিক্ষক-শিক্ষিকা,ছাত্ৰী আৰু কৰ্মচাৰী সকলৰ দ্বাৰা সন্ত্ৰস বিৰোধী দিৱস পালন কৰা হয়।এই উপলক্ষে আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাত অংশ গ্ৰহন কৰা একাংশ ছাত্ৰী আৰু নিৰীক্ষক শিক্ষক-শিক্ষয়ত্রী সকল।






















No comments:

Post a Comment